ইতিহাসত আজিৰ দিনটো ২ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
3 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ২ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস ৷( আগষ্ট মাহৰ প্ৰথম দেওবাৰে পালিত) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৯০ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম লোকপিয়ল অনুষ্ঠিত হয়।
(২) ১৮৩১ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডেৰ সেনাই দহ দিনৰ অভিযানৰ অন্তত বেলজিয়াম দখল কৰে ।
(৩) ১৯২২ চনৰ আজিৰ দিনটোতে চীনত অহা এক সাগৰীয় চুনামীত প্ৰায় আঠ হাজাৰ লোকৰ মৃত্যু হয় ৷
(৪) ১৯৮০ চনৰ আজিৰ দিনটোতে ইটালিত হোৱা বোমা বিষ্ফোৰণত ৮৫ জন লোকৰ মৃত্যু হয়।
(৫) ১৯৯০ চনৰ আজিৰ দিনটোতে ইৰাকে কুয়েটৰ ওপৰত আক্ৰমণ কৰে ।
(৬) ১৯৯৯ চনৰ আজিৰ দিনটোতে চীনে ভূমিৰ পৰা ভূমিলৈ নিক্ষেপ পৰা দীৰ্ঘ দুৰত্ব মিছাইলৰ পৰীক্ষা কৰে ৷
(৭) ২০০৩ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদে লাইবেৰিয়াত হোৱা সংঘৰ্ষ নিয়ন্ত্ৰণ কৰিবলৈ সেনা প্ৰেৰণৰ অনুমতি প্ৰদান কৰে।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৫৮ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ চৰকাৰে গবৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট প্ৰয়োগ কৰে ৷
(২) ১৯৮৭ চনৰ আজিৰ দিনটোতে বিশ্বনাথন আনন্দই জুনিয়ৰ ডবা চেম্পিয়নত জয়লাভ কৰে।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে অসমত ব্রহ্মপুত্র মেইল আৰু  অবধ-অসম এক্সপ্ৰেছৰ মাজত হোৱা মাজত হোৱা মুখামুখি সংঘৰ্ষত ২৮৫ জন লোকৰ মৃত্যু হয়। 



জন্ম : ----

(১) ১৮৭৬ চনৰ আজিৰ দিনটোতে  ভাৰতৰ জাতীয় পতাকাৰ ডিজাইনাৰ পিংগলি ভেংকয়াৰ জন্ম হৈছিল।
(২) ১৮৭৭ চনৰ আজিৰ দিনটোতে   ৰাজনীতিবিদ মধ্যপ্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী পণ্ডিত ৰবিশংকৰ শুক্লাৰ জন্ম হয়।
(৩) ১৯২২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী উদ্যোগপতি গংগা প্ৰসাদ বিৰলাৰ জন্ম হয়।


মৃত্যু : ----

(১) ২০০৯ চনৰ আজিৰ দিনটোতে কংগ্ৰেছৰ এগৰাকী নেতা গুজৰাটৰ ৰাজ্যপাল দেবেন্দ্ৰ নাথ দ্বিবেদীৰ মৃত্যু হয় ৷
(২) ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিনেমাৰ এগৰাকী অভিনেতা কমল কাপুৰৰ মৃত্যু হয় ৷




Post a Comment

Previous Post Next Post