ইতিহাসত আজিৰ দিনটো ৩ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
3 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   (১) আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১১০৫ চনৰ আজিৰ দিনটোতে লুই পঞ্চম ফ্ৰান্স সম্ৰাটৰূপি অধিষ্ঠিত হয়।
(২) ১৪৯২ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ স্পেইন পৰা সকলো ইহুদীক বহিষ্কাৰ কৰা হয়।
(৩) ১৪৯২ চনৰ আজিৰ দিনটোতে ইটালীৰ নাবিক ক্ৰিষ্টোফাৰ কলম্বাছ তিনি পুত্ৰৰ সৈতে ভাৰতলৈ অহা বাটৰ সন্ধানত যাত্ৰা আৰম্ভ কৰে ৷
(৪) ১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীয়ে যুদ্ধ ঘোষণা কৰে।
(৫) ১৯২৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ সেনাৰ অন্তিমটো দল নিকাৰাগুৱা ত্যাগ কৰে ৷
(৬) ১৯৫৭ চনৰ আজিৰ দিনটোতে আব্দুল ৰহমান মালয়েছিয়া নতুন নেতা ৰূপে নিৰ্বাচন কৰে ৷ তেওঁৰ নেতৃত্বতে মালয়েছিয়া ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰিছিল।
(৭) ১৯৬০ চনৰ আজিৰ দিনটোতে পশ্চিম আফ্ৰিকীয় দেশ নাইজাৰে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----





মৃত্যু : ----





Post a Comment

Previous Post Next Post