ইতিহাসত আজিৰ দিনটো ৫ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৫ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৭৪ চনৰ আজিৰ দিনটোতে জাপানে ডাক চেভিংচ চিষ্টেম আৰম্ভণি কৰে ৷
(২) ১৮৮২ চনৰ আজিৰ দিনটোতে জাপানে সামৰিক আইন প্ৰয়োগ কৰে। 
(৩) ১৯১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথমটো ইলেকট্ৰিক ট্ৰেফিক লাইট লগোৱা হয়  ।
(৪) ১৯২১ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু জাৰ্মানীয়ে বাৰ্লিন শান্তি চুক্তিত স্বাক্ষৰিত কৰে ।
(৫) ১৯২৬ চনৰ আজিৰ দিনতোতে ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত ব্যৱসায় চুক্তি স্বাক্ষৰিত হয় ।
(৬) ২০১১ চনৰ আজিৰ দিনটোতে নাছাৰ এদল বৈজ্ঞানিকে মংগল গ্ৰহত পানী থকাৰ দাবী কৰে ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯১ চনৰ আজিৰ দিনটোতে ন্যায়ধীশ লীলা চেঠ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ ৰূপে অধিষ্ঠিত হয় ।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ১৬৭৯ চনৰ আজিৰ দিনটোতে আলবৈৰ ৰণত ১০ হেজাৰ আহোম সেনাই প্ৰাণ দিছিল ৷

জন্ম : ----

(১) ১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কবি শিৱমংগল সি সুমনৰ জন্ম হয় ৷
(২)১৯৩০ চনৰ আজিৰ  দিনটোতে প্ৰখ্যাত  মহাকাশচাৰী  আমেৰিকাৰ নীল আৰ্মষ্ট্ৰংৰ জন্ম হৈছিল ৷
(৩) ১৯৭৪ চনৰ আজিৰ দিনটোতে বলিউদৰ অভিনেত্ৰী কাজল দেৱগনৰ জন্ম হয়




মৃত্যু : ----

(১) ১৯৫০ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ  মৃত্যু হয় ।
(২) ১৯৯৮ চনৰ এই দিনটোত অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হৈছিল ৷
(৩) ২০০০ চনৰ এই দিনটোত ভাৰতৰ এজন প্ৰখ্যাত ক্ৰিকেটাৰ লালা অমৰনাথৰ মৃত্যু হয় ।
(৪) ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন কাৰ্টুননিষ্ট প্ৰাণ কুমাৰ শৰ্মাৰ মৃত্যু হয় ৷




Post a Comment

Previous Post Next Post