ইতিহাসত আজিৰ দিনটো ১৩ ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29


আজিৰ তাৰিখ   ১৩ ফেব্ৰুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব ৰেডিঅ দিৱস ৷
(২) ৰাষ্ট্ৰীয় মহিলা দিৱস(সৰোজনী নাইডু জন্ম দিৱস) ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৬৮ চনৰ আজিৰ দিনটোতে স্পেইনে লিছবন চুক্তিৰ দ্বাৰা পৰ্তুগালক স্বীকৃতি প্ৰদান কৰিছিল।
(২) ১৭৯৫ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাজ্যিক বিশ্ববিদ্যালয়  উত্তৰ কেৰোলিনাত স্থাপন কৰা হৈছিল।
(৩) ১৯৪৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই ৰেডিঅ সম্প্ৰচাৰ আৰম্ভ কৰিছিল।
(৪) ১৯৫৯ চনৰ আজিৰ দিনটোতে বিশ্বজুৰি  অতি জনপ্ৰিয় বাৰ্বী পুতলা  বিক্ৰী আৰম্ভ কৰা হয়।
(৫) ১৯৬৬ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে পূৱ কাজাখস্তানত পাৰমাণৱিক পৰীক্ষা কৰিছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩১ চনৰ আজিৰ দিনটোতে নতুন দিল্লীক ভাৰতৰ ৰাজধানী ৰূপে ঘোষণা কৰা হয় ।
(২) ২০০৩ চনৰ আজিৰ দিনটোতে যশ চোপ্ৰাক দাদা চাহেব ফাল্কে বঁটা প্ৰদান  কৰা হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৮৭৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু বিশিষ্ট কবি সৰোজিনী নাইডুৰ জন্ম হৈছিল ৷
১৯৪৯ চনৰ আজিৰ দিনটোতে  ভাৰতৰ প্ৰথম  মহাকাশচাৰী ৰাকেশ শৰ্মাৰ জন্ম হৈছিল ।





মৃত্যু : ----

(১) 












বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৩ ফেব্ৰুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post