ইতিহাসত আজিৰ দিনটো ২২ ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29


আজিৰ তাৰিখ   ২২ ফেব্ৰুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) চিন্তন দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭২৪ চনৰ আজিৰ দিনটোতে ৰাছিয়া আৰু চুইডেনে এক পাৰস্পৰিক সহায় চুক্তি স্বাক্ষৰ কৰিছিল।
(২) ১৭৮৪ চনৰ আজিৰ দিনটোতে চীনৰ সৈতে বাণিজ্যৰ বাবে  আমেৰিকাৰ পৰা প্ৰথম ব্যৱসায়ী জাহাজখন  নিউয়ৰ্কৰ পৰা ৰাওনা কৰে।
(৩) ১৯৭৪ চনৰ আজিৰ দিনটোতে পাকিস্তানে বাংলাদেশক স্বীকৃতি প্ৰদান কৰে ।
(৪) ১৯৭৯ চনৰ আজিৰ দিনটোতে কেৰিবিয়ান দ্বীপ ছেণ্ট লুচিয়াই  ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰিছিল।
(৫) ১৯৮০ চনৰ আজিৰ দিনটোতে আফগানিস্তানে মাৰ্শ্বিয়েল ল ঘোষণা কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ বিশিষ্ট অৰ্থনীতিবিদ জগদীশ ভগৱতীক কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভাৰতীয় ৰাজনৈতিক অৰ্থনীতি কেন্দ্ৰৰ মুৰব্বী হিচাপে নিযুক্ত দিয়া হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৯১৪ চনৰ আজিৰ দিনটোতে  ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি তথা কবি দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল।
(২) ১৭৩১ চনৰ আজিৰ দিনটোতে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ জন্ম হৈছিল।


মৃত্যু : ----

(১) ১৫৫৬ চনৰ আজিৰ দিনটোতে  মোগল সম্ৰাট নাচিৰুদ্দিন  হুমায়ুনৰ মৃত্যু হয়।
(২) ১৯৪৪ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ মৃত্যু হয়।
(৩) ১৯৫৮ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ মৃত্যু হয়।











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২২ ফেব্ৰুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post