ইতিহাসত আজিৰ দিনটো ৪ মাৰ্চ

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ৪ মাৰ্চ

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৭৭ চনৰ আজিৰ দিনটোতে ৰোমানিয়াত অহা   এক বৃহৎ ভূমিকম্পত প্ৰায় ১৫৪১ জন লোকৰ মৃত্যু হৈছিল।
২০০২ চনৰ আজিৰ দিনটোতে আফগানিস্তানত হোৱা ভূমিস্খলনৰ বাবে ১৫০ জন লোক নিহত হৈছিল।
২০০৮ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰাপত্তা পৰিষদে ইৰাণৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা আৰোপ কৰিছিল।
২০১২ চনতৰ  আজিৰ দিনটোতে ৰাছিয়ান ৰাষ্ট্ৰপতি  নিৰ্বাচনত ভ্লাদিমিৰ পুটিনে    জয়ী হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৮৮ চনত আজিৰ দিনটোতে পশ্চিম বংগত কলিকতা গেজেটৰ প্ৰথম প্ৰকাশ লাভ কৰিছিল ।
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে প্ৰথম এছিয়ান গেমছ  নতুন দিল্লীত অনুষ্ঠিত হৈছিল।
(৩) ২০০৯ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণত   "ব্ৰাহ্মোছ  মিছাইল"ৰ নতুন সংস্কৰণ পৰীক্ষা কৰা হৈছিল।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) 


মৃত্যু : ----

(১) 











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৪ মাৰ্চ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post