ইতিহাসত আজিৰ দিনটো ৫ মাৰ্চ

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ৫ মাৰ্চ

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৮ চনত আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে  পেট্ৰাগ্ৰেড সলনি  মস্কোক ৰাছিয়াৰ ৰাজধানী কৰিছিল।
(২) ১৯৮৩ চনৰ আজিৰ দিনটোতে লেবাৰ পাৰ্টিৰ নেতা বব হকছ অষ্ট্ৰেলিয়াত প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত  হৈছিল।
(৩) ২০০২ চনৰ আজিৰ দিনটোতে কমনৱেলথ সন্মিলন সমাপ্ত ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৯৯ চনৰ আজিৰ দিনটোতে মহাৰাজা জয় সিঙে অম্বৰৰ সিংহাসনত আৰোহণ কৰিছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিখ্যাত গায়ক  গঙ্গুবাই হেঙ্গালৰ জন্ম হৈছিল ।
(২) ১৯১৬ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ এজন প্ৰসিদ্ধ নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পট্টনায়কৰ জন্ম   হৈছিল।
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে জ্যেষ্ঠ বিজেপি নেতা  শিৱৰাজ সিং চৌহানৰ জন্ম  হৈছিল।


মৃত্যু : ----

(১) ২০১০ চনৰ আজিৰ দিনটোতে   ভাৰতৰ এগৰাকী অন্যতম বিখ্যাত উদ্যোগী  জি পি বিৰলা মৃত্যু হয়।

(২) ২০১২ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ শোভা ব্ৰহ্ম  মৃত্যু হয় ।












বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৫ মাৰ্চ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post