ইতিহাসত আজিৰ দিনটো ৬ মাৰ্চ

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ৬ মাৰ্চ

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭১২ চনৰ আজিৰ দিনটোতে নিউয়ৰ্ক চহৰত দাস বিদ্ৰোহ  আৰম্ভ হৈছিল।
(২) ১৮০৮ চনৰ আজিৰ দিনটোতে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত প্ৰথম মহাবিদ্যালয় অৰকেষ্ট্ৰা স্থাপন কৰা হৈছিল।
(৩) ১৮৮৬ চনৰ আজিৰ দিনটোতে নাৰ্চসকলৰ প্ৰথম পত্ৰিকা নাইটিংগেল  প্ৰকাশিত হৈছিল।
(৪) ১৯৪৪ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ দেশসমূহৰ সৈতে লগলাগি বাৰ্লিনত যথেষ্ট বোমা বৰ্ষণ কৰিছিল।
(৫) ১৯৮৩ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰত প্ৰথমটো ফুটবল লীগ  স্থাপন কৰা হৈছিল।
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে  আলজেৰিয়াত এখন  বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১০২ জনতকৈও অধিক যাত্ৰীৰ মৃত্যু হৈছিল।
(৭) ২০০৪ চনৰ আজিৰ দিনটোতে উত্তৰ কোৰিয়াই দেশত কোনো ধৰণৰ ইউৰেনিয়াম আধাৰিত কাৰ্যসূচী হোৱাটো  অস্বীকাৰ কৰিছিল ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৭৫ চনৰ আজিৰ দিনটোতে ৰঘুনাথ ৰাৱে  প্ৰথম এংলো-মাৰাঠা যুদ্ধ সমাপ্ত কৰিবলৈ ব্ৰিটিছৰ সৈতে চুৰাট চুক্তিত স্বাক্ষৰ কৰিছিল।
(২) ১৯১৫ চনৰ আজিৰ দিনটোতে  মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে  শান্তিনিকেতনত প্ৰথমবাৰৰ বাবে  মুখামুখি হৈছিল ।
(৩) ১৯৬১ চনৰ আজিৰ দিনটোতে বম্বেৰ  টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ দ্বাৰা ভাৰতৰ প্ৰথমখন বিত্তীয় দৈনিক বাতৰি কাকত 'দি ইকনমিক্স টাইমছ'   প্ৰকাশ আৰম্ভ কৰা হৈছিল।
(৪) ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতে ইন্দিৰা গান্ধী গল্ড কাপ হকী টুৰ্নামেণ্টত জয়লাভ কৰে ৷
(৫) ১৯৯৮ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশত বীৰভদ্ৰ সিঙে  কংগ্ৰেছ চৰকাৰ গঠন কৰে।
(৬) ২০০৯ চনৰ আজিৰ দিনটোতে তিনি দশকৰ সেৱাৰ পিছত ভাৰতৰ স্কিং-উইং ফাইটাৰ বিমান মিগ-২৩ য়ে  অন্তিমটো উৰণ আৰম্ভ কৰিছিল।
(৭) ২০১৮ চনৰ আজিৰ দিনটোতে কনৰাড চাংমায়ে  মেঘালয়ৰ ১২তম মুখ্যমন্ত্ৰী হিচাপে শপত লয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৪৭৫ চনৰ আজিৰ দিনটোতে ইটালীৰ চিত্ৰশিল্পী মাইকেল এঞ্জেলোৰ জন্ম  হৈছিল।
(২) ১৫০৮ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ শাসক বাবৰৰ পুত্ৰ হুমায়ূনৰ আফগানিস্তানৰ ৰাজধানী কাবুলত  জন্ম হৈছিল  ।
(৩) ১৯৪৫ চনৰ আজিৰ দিনটোতে   ভাৰতৰ এজন  ৰাজনীতিবিদ, লেখক আৰু কংগ্ৰেছ সদস্য চৈয়দ আহমেদৰ জন্ম হৈছিল।



মৃত্যু : ----

(১) ১৯৫৩ চনৰ আজিৰ দিনটোতে এগৰাকী প্ৰখ্যাত সাম্যবাদী নেতা জোচেফ ষ্টেলিনৰ  ৭৪ বছৰ বয়সত মৃত্যু হৈছিল।
(২) ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী মহান বিপ্লৱী আৰু যোদ্ধা অম্বিকা চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল।
(৩) ১৯৬৯ চনৰ আজিৰ দিনটোতে ৰাছিয়ান চিত্ৰশিল্পী নাদিয়া ৰুছেভাৰ মৃত্যু হৈছিল।









বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৬ মাৰ্চ ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post