1 | 2 | 3 | 4 | 5 | 6 | 7 |
8 | 9 | 10 | 11 | 12 | 13 | 14 |
15 | 16 | 17 | 18 | 19 | 20 | 21 |
22 | 23 | 24 | 25 | 26 | 27 | 28 |
29 | ৩০ | ৩১ |
আজিৰ তাৰিখ ২৭ মাৰ্চ
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) বিশ্ব থিয়েটাৰ দিৱস ৷
(২) জয়মতী কুঁৱৰী স্মৃতিদিৱস ৷
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৭২১ চনৰ আজিৰ দিনটোতে ফ্ৰান্স আৰু স্পেইনে মাদ্ৰিদ চুক্তিত স্বাক্ষৰ কৰিছিল।
(২) ১৮৪১ চনৰ আজিৰ দিনটোতে নিউয়ৰ্কত প্ৰথমটো ষ্টিম ফায়াৰ ইঞ্জিন সফলতাৰে পৰীক্ষা কৰা হৈছিল।
(৩) ১৯৬১ চনৰ আজিৰ দিনটোৰ পৰাই প্ৰথম বিশ্ব থিয়েটাৰ দিৱস আৰম্ভ হৈছিল।
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১)
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
(১)
জন্ম : ----
(১)
মৃত্যু : ----
(১) ১৯৬৮ চনৰ আজিৰ দিনটোতে ৰুছ দেশৰ প্ৰথম মহাকাশচাৰী য়ুৰি গেগেৰিনৰ মৃত্যু হয় ।
(২) ২০১৭ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী অৰুণ শৰ্মাৰ মৃত্যু হয়
Tags
ইতিহাসত আজিৰ দিনটো