ইতিহাসত আজিৰ দিনটো ১৬ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ১৬ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক পোহৰ দিৱস ৷
(২) ছিকিমৰ প্ৰতিষ্ঠা দিৱস
(৩) ৰাষ্ট্ৰীয় ডেংগু দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৭৫ চনৰ আজিৰ দিনটোতে ভেনিজুৱেলা আৰু কলম্বিয়াত অহা এক  ভূমিকম্পত ১৬,০০০ লোকৰ মৃত্যু হয় ।
(২) ১৮৭৭ চনৰ আজিৰ দিনটোৰ  পৰাই  ফ্ৰান্সত ৰাজনৈতিক সংকট আৰম্ভ হয়।
(৩) ১৯২৯ চনৰ আজিৰ দিনটোতে  অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
(৪) ১৯৪৮ চনৰ আজিৰ দিনটহতে চেম বেঞ্জামিন ইজৰাইলৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।
(৫) ২০০৬ চনৰ আজিৰ দিনটোতে নিউজিলেণ্ডৰ ৪৭ বছৰীয়া মাৰ্ক  এঞ্জেলিছে কৃত্ৰিম ভৰিৰে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা প্ৰথম পৰ্বতাৰোহী হিচাপে পৰিগণিত হয়।
(৬) ২০০৭ চনৰ আজিৰ দিনটোতে নিকোলাছ চাৰ্কোজি ফ্ৰান্সৰ ২৩ তম ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হৈছিল ৷



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৫ চনৰ আজিৰ দিনটোতে ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰা হয় ।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে  দুদিনীয়া ভ্ৰমণসূচীৰে  ভূটানৰ ৰাজধানী  থিম্পুত উপস্থিত হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) 



মৃত্যু : ----

(১) 








বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৬ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post