ইতিহাসত আজিৰ দিনটো ৭ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ৭ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৫৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ মিউজিয়াম প্ৰতিষ্ঠা কৰা হয় ৷
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে ৰাছিয়াই পূৰ্ব প্ৰুছিয়াৰ ওপৰত আক্ৰমণ কৰে ৷
(৩) ১৯৫৭ চনৰ আজিৰ দিনটোতে আমেৰিকাই নৌবাডা পৰীক্ষাস্থলীত পৰমাণু পৰীক্ষণ চলাই।
(৪) ১৯৬০ চনৰ আজিৰ দিলটোতে আফ্ৰিকীয় দেশ আইভাৰি কষ্টে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে ৷
(৫) ১৯৯৪ চলৰ আজিৰ দিনটোতে ইজৰাইল আৰু জৰ্ডানৰ মাজত প্ৰথম টেলিফোন সেৱা আৰম্ভ হয়।
(৬) ২০০৩ চনৰ আজিৰ দিনটোতে বাগদাদত জৰ্ডানৰ দূতাবাসেৰ সন্মুখত হোৱা কাৰ বোমা বিষ্ফোৰণত ১২ জন লোক নিহত হয় ।
(৭) ১৮৬৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাহ সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯০৫ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্তু বহিষ্কাৰৰ আহ্বান জনায় ৷

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৯৯ চনৰ আজিৰ দিনটোত অসমৰ এগৰাকী সাহিত্যিক ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল
(২) ১৯০৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় পণ্ডিত বাসুদেৱ চৰণ আগৰৱালাৰ জন্ম হয় ৷
(৩) ১৯২৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ জন্ম হয় ।



মৃত্যু : ----

(১) ১৯৪১ চনৰ আজিৰ দিনটোত ন’ৱেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হয়।
(২) ২০১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post