ইতিহাসত আজিৰ দিনটো ১৭ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ১৭ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তৰ্জাতিক সমাজ দিৱস ৷
(২) বিশ্বৰ দূৰ সংযোগ দিৱস।
(৩) বিশ্ব উচ্চ ৰক্তচাপ দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৫৬ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২ ১৮৬৫ চনৰ আজিৰ দিনটোতে  বিশ্ব দূৰসংযোগ দিৱস আৰম্ভ হয়।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮৭ চনৰ আজিৰ দিনটোতে সুনীল গাভাস্কাৰে  টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল।
(২) ২০০৭ চনৰ আজিৰ দিনটোতে ৰাৱালপিণ্ডিত ভাৰত-পাকিস্তান যৌথ আলোচনাৰ চতুৰ্থ লানি আলোচনা আৰম্ভ হয় ।
(৩) ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতে ২,০০০ কিলোমিটাৰ দুৰত্বত আঘাট কৰিব পৰা অগ্নি-২ মিছাইলৰ পৰীক্ষা কৰে।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৬ চনৰ আজিৰ দিনটোতে সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।

(২) ২০০১ আজিৰ দিনটোতে  তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।





জন্ম : ----

(১) ১৯৫১ চনৰ আজিৰ দিনটোতে  দেশৰ বিখ্যাত গজল গায়ক পংকজ উদাছৰ জন্ম হয়।



মৃত্যু : ----

(১) ১৯৯৬ চনৰ আজিৰ দিনটোতে  সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু হয় ।








বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৭ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post