ইতিহাসত আজিৰ দিনটো ১৮ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ১৮ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব এইডছ ভেকছিন দিৱস
(২) আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৫৬ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
(২) ১৮৮৮ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম গ্ৰামোফোন ৰেকৰ্ড  বজোৱা হৈছিল।
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে  আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ সুৰক্ষাৰ বাবে ১২ খন নাটো সদস্য ৰাষ্ট্ৰই এটা স্থায়ী সংগঠন গঠন কৰিবলৈ সন্মত হয়।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে শ্ৰীলংকা চৰকাৰে তামিল বিদ্ৰোহীসকলৰ সৈতে ২৫ বছৰীয়া যুদ্ধৰ সমাপ্তি ঘোষণা কৰে। সেনাই দেশৰ উত্তৰ অংশ দখল কৰে আৰু এলটিটিইৰ মুৰব্বী ভেলুপিল্লাই প্ৰভাকৰণক হত্যা কৰা হৈছিল ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯১২ চনৰ আজিৰ দিনটোতে  প্ৰথম ভাৰতীয় ফিচাৰ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ শ্ৰী পুণ্ডালিকে  মুক্তি লাভ কৰে।
(২) ১৯৭৬ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 



জন্ম : ----

(১) ১৯১৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দশম গৱৰ্ণৰ এছ. জগন্নাথনৰ জন্ম হৈছিল  ।
(২) ১৯৩৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ২০১৭ চনৰ আজিৰ দিনটোতে  হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী ৰীমা লাগুৰ মৃত্যু হৈছিল ।









বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৮ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post