ইতিহাসত আজিৰ দিনটো ২ জুন

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30


আজিৰ তাৰিখ   ২ জুন 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৫৩ চনৰ আজিৰ দিনটোতে মহাৰাণী দ্বিতীয় এলিজাবেথক ব্ৰিটিছ সিংহাসনত অধিষ্ঠিত হয় ।
(২) ১৯৬৬ চনৰ আজিৰ দিনটোতে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম খন মহাকাশযান সফলতাৰে চন্দ্ৰত অৱতৰণ কৰে ৷
(৩)১৯৯৬ চনৰ আজিৰ দিনটোতে ইউক্ৰেইনে ইয়াৰ অন্তিমটো পাৰমাণৱিক অস্ত্ৰ ৰাছিয়াক হস্তান্তৰ কৰি এখন পাৰমাণৱিক মুক্ত দেশ হৈ পৰে।
(৪) ১৯৯৯ চনৰ আজিৰ দিনটোতে দক্ষিণ আৰু উত্তৰ কোৰিয়াৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনাৰ বাবে সহমতত উপনীত হয় 
(৫) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভূটানৰ টিভি সম্প্ৰচাৰৰ আৰম্ভণি হয়।  

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০১৪ চনৰ আজিৰ দিনটোতে  তেলেংগানা ভাৰতৰ ২৯ খন ৰাজ্যত পৰিণত হয়।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯৩০ চনৰ আজিৰ দিনটোতে  বিজেপিৰ নেতা আৰু মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল গৌৰা জন্ম হৈছিল ৷
(২) ১৯৫৫ চনৰ আজিৰ দিনটোতে  ভাৰতৰ এজন বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক মণিৰত্নমৰ জন্ম হয়।
(৩) ১৯৮০ চনৰ আজিৰ দিনটোতে    মহিলা আৰ্চাৰ খেলুৱৈ দোলা বেনাৰ্জীৰ জন্ম হৈছিল ৷
(৪) ১৯৮৭ চনৰ আজিৰ দিনটোতে বলিউড অভিনেত্ৰী সোণাক্ষী সিনহা জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা ৰাজ কাপুৰৰ মৃত্যু হৈছিল। 





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২ জুন ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post