ইতিহাসত আজিৰ দিনটো ৩১ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৩১ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব ধূমপান বিৰোধী দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭২৭ চনৰ আজিৰ দটনটোতে ফ্ৰান্স, ব্ৰিটেইন আৰু নেডাৰলেণ্ডে পেৰিছ চুক্তি স্বাক্ষৰ কৰে।
(২) ১৭৭৪ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম ডাক সেৱা কাৰ্যালয় খোলা হয়।
(৩) ১৯০০ চনৰ আজিৰ দিনটোতে লৰ্ড ৰবাৰ্টছৰ নেতৃত্বত ব্ৰিটিছ সৈন্যই জোহান্সবাৰ্গ দখল কৰে।
(৪) ১৯০৭ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত প্ৰথম টেক্সি সেৱা আৰম্ভ হয়। 
(৫) ১৯৫৯ চনৰ আজিৰ দিনটোতে তিব্বতৰ পৰা নিৰ্বাসিত  হোৱাৰ পিছত বৌদ্ধ ধৰ্মগুৰু দালাই লামাক ভাৰতত আশ্ৰয় দিয়া হয়।
(৬) ১৯৯৪ চনৰ আজিৰ দিনটোতে  দক্ষিণ আফ্ৰিকা গোষ্ঠী নিৰপেক্ষ আন্দোলন ১০৯ তম সদস্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
(৭) ২০০৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ দ্ৰুততম দৌৰবিদ উছেইন বোল্টে ৯.৭২ ছেকেণ্ডত ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰে। 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৭ চনৰ আজিৰ দিনটোতে  ভাৰতীয় সেনাৰ এটা দলে প্ৰথমবাৰৰ বাবে বিশ্বৰ তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাত আৰোহণ কৰে।
(২) ২০১০ চনৰ আজিৰ দিনটোতে   ভাৰতত স্বীকৃতিপ্ৰাপ্ত প্ৰতিখন ব্যক্তিগত বিদ্যালয়ত দৰিদ্ৰ শিশুৰ বাবে ২৫ শতাংশ আসন সংৰক্ষণ ৰখাৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৫৭৭ চনৰ আজিৰ দিনটোতে   মোগল সম্ৰাট জাহাংগীৰৰ পত্নী  নুৰজাহানৰ জন্ম হৈছিল ।
(২) ১৯৪২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এখন আগশাৰীৰ সংবাদপত্ৰ আউটলুকৰ প্ৰতিষ্ঠাপক আৰু বিখ্যাত সাংবাদিক বিনোদ মেহতাৰ জন্ম হৈছিল ৷



মৃত্যু : ----

(১) ১৯৭৩ চনৰ আজিৰ দিনটোতে  ভাৰতৰ এজন  ৰাজনীতিবিদ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী গুৰনাম সিং মৃত্যু হৈছিল ।
(২) ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী  ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সাংবাদিক আৰু  মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বাৰকা প্ৰসাদ মিশ্ৰৰ মৃত্যু হয়।







বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৩১ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post