ইতিহাসত আজিৰ দিনটো ১৯ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ১৯ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৪৮ চনৰ আজিৰ দিনটোতে পৃথিৱীৰ প্ৰথমখন  ডিপাৰ্টমেণ্টেল ষ্টোৰ  খোলা হৈছিল।
(২) ১৯৭১ চনৰ আজিৰ দিনটোতে মঙ্গল গ্ৰহ অভিমুখে ৰুছ মহাকাশযান মাৰ্চ-২ ৰ উপেক্ষণ কৰা হয়।
(৩) ১৯৯৯ চনৰ আজিৰ দিনটোতে মেক্সিকোত  'বলকান ডিফুজো' নামৰ আগ্নেয়গিৰি উদগীৰণ হয়। 
(৪) ২০০১ চনৰ আজিৰ দিনটোতে  ইজৰাইলে  পেলেষ্টাইনৰ মুখ্য কাৰ্যালয়ত বিমান আক্ৰমণত ১৫ জন আহত হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় নৌসেনাৰ প্ৰথম চাবমেৰিন ঘাটি বীৰ বাহু বিশাখাপত্তনমত আৰম্ভ কৰা হয় ।
(২) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় বংশোদ্ভূত মহেন্দ্ৰ চৌধুৰী ফিজিৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 



জন্ম : ----

(১) ১৮২৪ চনৰ আজিৰ দিনটোতে ১৮৫৭ চনত ভাৰতীয় স্বাধীনতা আন্দোলন এগৰাকী আগশাৰী নেতা  নানা চাহেবৰ জন্ম হৈছিল ।
(২) ১৮৯০ চনৰ আজিৰ দিনটোতে  ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা তথা উত্তৰ ভিয়েটনামৰ প্ৰথম ৰাষ্টপতি হো-চি-মিনৰ জন্ম হৈছিল ৷
(৩) ১৯১৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰোড্ডীৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১৯০৪  চনৰ আজিৰ দিনটোতে টাটা গ্ৰুপৰ  প্ৰতিষ্ঠাতা জামছেদজী এন টাটাৰ মৃত্যু  হৈছিল। 
(২) ১৯৭৯ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ লেখক  হাজাৰী প্ৰসাদ দ্বিবেদীৰ মৃত্যু হৈছিল। 
(৩) ১৯৯৬ চনৰ আজিৰ দিনটোতে বিখ্যাত তামিল অভিনেত্ৰী আৰু তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জানকী ৰামচন্দ্ৰন মৃত্যু হয়  ।
(৪) ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী নাট্যকাৰ আৰু থিয়েটাৰ কৰ্মী বিজয় তেণ্ডুলকাৰ মৃত্যু হয় ।








বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৯ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post