ইতিহাসত আজিৰ দিনটো ২৩ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৩  মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব কাছ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৪২০ চনৰ আজিৰ দিনটোতে  ইহুদীসকলক অষ্ট্ৰিয়া আৰু চিৰিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছিল।
(২) ১৯৫১ চনৰ আজিৰ দিনটোতে  চীনে তিব্বতক স্বায়ত্তশাসিত অঞ্চল হিচাপে নিজৰ  দখললৈ আনে।
(৩) ২০০৪ চনৰ আজিৰ দিনটোতে বাংলাদেশত অহা এক  ধুমুহাৰ ফলত মেঘনা নদীত নাও ডুবাৰ ফলত  ২৫০ জন  লোকৰ মৃত্যু হয়। 



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতে ভূভাগৰ পৰা ভূভাগলৈ  নিক্ষেপ কৰা মিছাইল পৃথ্বী-২ ৰ সফল পৰীক্ষা সম্পন্ন  কৰে।
(২) ২০১০ চনৰ আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে এগৰাকী মহিলা আৰু এজন পুৰুষে  ব বিয়া নোহোৱাকৈ একেলগে থকাটো অপৰাধ নহয় বুলি মত প্ৰদান কৰে। 
(৩) ২০১৬ চনৰ আজিৰ দিনটোতে  ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰো)য়ে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা সম্পূৰ্ণৰূপে ভাৰতত  নিৰ্মিত স্পেচ শ্বাটল RLV-TD উৎক্ষেপণ কৰে।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 



জন্ম : ----

(১) 

মৃত্যু : ----

(১) 












বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৩ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post