ইতিহাসত আজিৰ দিনটো ২১ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২১  মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তর্জাতিক চাহ দিৱস।
(২) ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১২১৬ চনৰ আজিৰ দিনটোতে  ফ্ৰান্সৰ ৰাজকুমাৰ লুইছ ইংলেণ্ডত প্ৰৱেশ কৰিছিল।
(২) ১৮৪০ চনৰ আজিৰ দিনটোতে নিউজিলেণ্ডক ব্ৰিটেইনৰ উপনিবেশ হিচাপে ঘোষণা কৰা হয়।
(৩) ১৯০৪ চনৰ আজিৰ দিনটোতে পেৰিছত  ফুটবল  সৰ্বোচ্চ সংস্থা আন্তৰ্জাতিক ফুটবল ফেডাৰেচন (ফিফা) প্ৰতিষ্ঠা কৰা হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯২৯ চনৰ আজিৰ দিনটোতে  কলিকতা আৰু বাংগালোৰৰ মাজত ভাৰতৰ প্ৰথম এয়াৰ কাৰ্গো সেৱা আৰম্ভ হয় ।
(২) ১৯৯১ চনৰ আজিৰ দিনটোতে  তামিলনাডুৰ শ্ৰীপেৰুম্বুদূৰত এক আত্মঘাতি বোমা আক্ৰমণত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নিহত হয়। ৷
(৩) ১৯৯৪ চনৰ আজিৰ দিনটোতে মানিলাত অনুষ্ঠিত ৪৩ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সুস্মিতা সেনে খিতাপ অৰ্জন কৰে।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 



জন্ম : ----

(১) ১৯৫০ চনৰ আজিৰ দিনটোত অসমৰ প্ৰথমগৰাকী স্নাতক তথা আই. চি. এছ. বিষয়া আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ১৯৯১ চনৰ আজিৰ দিনটোত ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক আততায়ীয়ে হত্যা কৰিছিল।











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২১ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post