ইতিহাসত আজিৰ দিনটো ২০ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২০ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মৌ দিৱস।
(২) বিশ্ব মেট্ৰ'লজি (জোখ-মাখ বিজ্ঞান) দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০২ চনৰ আজিৰ দিনটোতে কিউবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা স্বাধীন হয় আৰু  কিউবা গণৰাজ্য বুলি নামাকৰণ কৰা হয়।
(২) ১৪৯৮ চনৰ আজিৰ দিনটোতে  পৰ্তুগীজ ভ্ৰমণকাৰী ভাস্কো দা গামা সম্পূৰ্ণ সাগৰীয় পথেৰে আহি  প্ৰথমগৰাকী ইউৰোপীয় ব্যক্তি হিচাপে ভাৰতত উপস্থিত হয়।
(৩) ১৯৪৮ চনত আজিৰ দিনটোতে চিয়াং কাই শ্বেকক  চীন গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে অধিষ্ঠিত হৈছিল।
(৪) ১৯৯৫ চনৰ আজিৰ দিনটোতে  ৰাছিয়াৰ দ্বাৰা মানৱবিহীন মহাকাশ যান 'স্পেক্ট্ৰা'ৰ সফল উৎক্ষেপণ কৰা হয় ৷
(৫) ২০০৩ চনৰ আজিৰ দিনটোতে পাকিস্তানে উগ্ৰপন্থী সংগঠন হিজবুল মুজাহিদীনক নিষিদ্ধ কৰিছে। 
(৬) ২০১২ চনৰ আজিৰ দিনটোতে ইটালীত অহা এক  ভূমিকম্পত ২৭ জন লোকৰ মৃত্যু হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৫ চনৰ আজিৰ দিনটোতে  কামাণ্ডাৰ এম.এছ. কোহলীৰ নেতৃত্বত প্ৰথম ভাৰতীয় দলটোৱে এভাৰেষ্টৰ শিখৰত উপনীত হ'বলৈ সক্ষম হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 



জন্ম : ----

(১) 


মৃত্যু : ----

(১) ১৫০৬ চনৰ আজিৰ দিনটোতে ইটালীৰ  এজন দুঃসাহসী অভিযাত্ৰী আৰু ঔপনিৱেশকাৰী ক্ৰিষ্টোফাৰ কলম্বাছৰ মৃত্যু হৈছিল ।
(২) ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতত এগৰাকী বিপ্লৱী  বিপিন চন্দ্ৰ পালৰ  মৃত্যু হয়।











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২০ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post