ইতিহাসত আজিৰ দিনটো ২২ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২২  মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৬২ চনৰ আজিৰ দিনটোতে  ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত স্বাক্ষৰ কৰে।
(২) ১৯০৬ চনৰ আজিৰ দিনটোতে  ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
(৩) ১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে অষ্ট্ৰিয়া, হাংগেৰী আৰু জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
(৪) ২০০৩  চনৰ আজিৰ দিনটোতে  আলজেৰিয়াত হোৱা এক বিধ্বংসী ভূমিকম্পত ২,০০০ ৰো অধিক লোকৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম গ্লাইডাৰ ৰোহিনীয়ে উৰা মাৰিছিল।
(২) ১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতে দেশীয়ভাৱে বিকশিত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল অগ্নিৰ সফল পৰীক্ষা কৰা হয়। 
(৩) ২০১০ চনৰ আজিৰ দিনটোতে  এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বোয়িং ৭৩৭  মাংগালোৰত  দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ১৫৮ জন লোকৰ মৃত্যু হৈছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 



জন্ম : ----

(১) ১৭৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী  সমাজ সংস্কাৰক, দাৰ্শনিক ৰাজা ৰামমোহন ৰায়ৰ জন্ম হয়। 


মৃত্যু : ----

(১) ১৫৪৫  চনৰ আজিৰ দিনটোতে ভাৰতৰ শাসক শ্বেৰ ছাহ ছুৰী মৃত্যু হয়। 












বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২২ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post