ইতিহাসত আজিৰ দিনটো ১৮ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১৮ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৭৮ চনৰ আজিৰ দিনটোতে জেমছ কুকে  হাৱাই দ্বীপপুঞ্জ আৱিষ্কাৰ কৰিছিল । 
(২) ১৮৮৬ চনৰ আজিৰ দিনটোতে  ইংলেণ্ডত হকি এছ'চিয়েচন গঠন কৰা হয়।
(৩) ১৮৯৬ চনৰ আজিৰ দিনটোতে  'এক্স-ৰে মেচিন'ৰ প্ৰথম প্ৰদৰ্শন কৰা হৈছিল।
(৪) ১৯৬০ চনৰ আজিৰ দিনটোতে জাপান আৰু আমেৰিকা ই  এক যুটীয়া প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে।
(৫) ১৯৭৪ চনৰ আজিৰ দিনটোতে ইজিপ্ট আৰু ইজৰাইলে এক  অস্ত্ৰৰ  চুক্তিত স্বাক্ষৰিত কৰে।
(৬) ১৯৭৬ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে চোৰাংচোৱাৰ অভিযোগত   ৪০ জন ৰাছিয়ান বিষয়াক দেশখনৰ পৰা  বিতাৰণ কৰে।
(৭) ১৯৯৫ চনৰ আজিৰ  দিনটোতে য়াহু ডট কম (yahoo.com  ) ডমেইন টো  সৃষ্টি কৰা হৈছিল।
(৮) ২০০৬ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ  উচ্চতম ন্যায়ালয়ে ইচ্ছামৃত্যুৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩০ চনত ৰবিন্দ্ৰনাথ ঠাকুৰে সবৰমতী আশ্ৰমলৈ  যাত্ৰা কৰে।
(২) ১৯৫৯ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সহযোগ মিৰা বেনে ভাৰত ত্যাগ কৰে ৷
(৩) ১৯৯৯ চনৰ আজিৰ দিনটোতে ন’বেল বঁটা বিজয়ী প্ৰফেছৰ অমৰ্ত্য সেনক ভাৰত ৰত্নৰ বাবে মনোনীত কৰা হৈছিল।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে দ্বিতীয় প্ৰশাসনিক সংস্কাৰ আয়োগে ইয়াৰ পৰামৰ্শসমূহ চৰকাৰক  প্ৰদান কৰিছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯৭২ চনৰ আজিৰ দিনটোতে  ক্ৰিকেটাৰ বিনোদ  কাম্বালিৰ জন্ম হৈছিল।

মৃত্যু : ----

(১) ১৯৪০ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰসিদ্ধ সাহিত্যিক কনকলাল বৰুৱাৰ মৃত্যু হয় ।
(২) ২০০৩ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ বিখ্যাত কবি আৰু লেখক হৰিবংশ ৰায় বচ্চনৰ মৃত্যু হয়।




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৮ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

 

2 Comments

  1. ৰাষ্ট্ৰীয় টিকাকৰণ দিৱসৰ তথ্যটোৰ ক্ষেত্ৰত কিছু শুধৰণিৰ প্ৰয়োজন বুলি ভাবো৷১৬ মাৰ্চ বুলিয়ে পাইছো বহু ঠাইত

    ReplyDelete
Previous Post Next Post