ইতিহাসত আজিৰ দিনটো ১৭ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১৭ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) শিল্পী দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৯৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ ৰজা হেনৰী চতুৰ্থই  স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।
(২) ১৯৪৬ চনৰ আজিৰ দিনটোতে  ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল ।
(৩) ১৯৭৯  চনৰ আজিৰ দিনটোতে ছভিয়েট ইউনিয়নে পাৰমানৱিক পৰীক্ষা সম্পন্ন কৰিছিল ৷
(৪) ১৯৯১ চনৰ আজিৰ দিনটোতে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰান্সে  ইৰাক আক্ৰমণ কৰাৰ লগে লগে উপসাগৰীয় যুদ্ধৰ আৰম্ভণিত হৈছিল।
(৫) ১৯৯৫ চনৰ আজিৰ দিনটোতে  জাপানৰ কোবেত হোৱা ভূমিকম্পত শতাধিক লোক নিহত হৈছিল।
(৬) ২০১৩ চনৰ আজিৰ দিনটোতে  ইৰাকত হোৱা  ধাৰাবাহিক বোমা বিস্ফোৰণত ৩৩ জন লোক নিহত হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৯৮৭ চনৰ আজিৰ দিনটোতে  টাটা ফুটবল একাডেমী আৰম্ভণি কৰা হয়।
(২) ১৯৮৯ চনৰ আজিৰ দিনটোতে  কৰ্নেল জে.কে. বাজাজ উত্তৰ মেৰুত উপনীত হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিণত হয়।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯৪২  চনৰ আজিৰ দিনটোতে বিশ্বপ্ৰখ্যাত আমেৰিকান বক্সাৰ মহম্মদ আলী  জন্ম হৈছিল। 
(২) ১৯৪৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বলিউদ গীতিকাৰ  জাৱেদ আখতাৰৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৯৫১ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ, সাহিত্যক  জ্যোতিপ্ৰসাদ আগৰৱালা মৃত্যু হৈছিল ৷ 
২০১০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।জ্যোতি বসুৰ মৃত্যু হয় ৷




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৭ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

 

Post a Comment

Previous Post Next Post