ইতিহাসত আজিৰ দিনটো ১৬ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১৬ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) শিক্ষক দিৱস (থাইলেণ্ড)

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫৫৬ চনৰ আজিৰ দিনটোতে ফিলিফ দ্বিতীয় স্পেইনৰ সম্ৰাটৰূপে অধিষ্ঠিত হয় ।
(২) ১৫৮১ চনৰ আজিৰ দিনটোতে  ব্ৰিটেইনৰ সংসদত ৰোমান কেথলিক খ্ৰীষ্টানসকলৰ বিৰুদ্ধে আইন পাছ কৰা হৈছিল।
(৩) ১৯৯১ চনৰ আজিৰ দিনটোতে আমেৰিকাই  ইৰাকৰ বিৰুদ্ধে  প্ৰথম উপসাগৰীয় যুদ্ধ আৰম্ভ হয়।
(৪) ২০১১ চনৰ আজিৰ দিনটোতে ব্ৰাজিলত  অহা  এক বিশাল বানপানীত  প্ৰায় ৫৬০ জন লোকৰ মৃত্যু হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৭৬১ চনৰ আজিৰ দিনটোতে  ব্ৰিটিছে পুডুছেৰী ফৰাচীসকলৰ পৰা অধিকাৰ কৰে।
(২) ১৭৬৯ চনৰ আজিৰ দিনটোতে  প্ৰথম পৰিকল্পিত ঘোঁৰা দৌৰ কলকাতাত অনুষ্ঠিত হৈছিল।
(৩) ১৯৯২ চনৰ আজিৰ দিনটোতে  ব্ৰিটেইন আৰু ভাৰতৰ মাজত প্ৰত্যপৰ্ণ চুক্তি স্বাক্ষৰিত হয় ।
(৪) ২০০৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ কল্পনা চাওলাই  দ্বিতীয়টো মহাকাশযাত্ৰলৈ  ৰাওনা হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৯২৬ চনৰ আজিৰ দিনটোতে   প্ৰখ্যাত সংগীতজ্ঞ  আৰ.পি. নায়াৰৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৯০১ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানাদেৰ  মৃত্যু হয়।
(২) ১৯৩৮ চনৰ আজিৰ দিনটোতে  প্ৰসিদ্ধ বাংলা সাহিত্যিক শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ মৃত্যু হয় ।
(৩) ১৯৬৮ চনৰ আজিৰ দিনটোতে  অসমৰ এগৰাকী বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ নকুলচন্দ্ৰ ভূঞাৰ মৃত্যু হৈছিল। 
(৪) ২০১৬ চনৰ আজিৰ দিনটোতে   অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ আনন্দ চন্দ্ৰ দত্ত মৃত্যু হয় ।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৬ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post