ইতিহাসত আজিৰ দিনটো ১৩ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১৩ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১০  চনৰ আজিৰ দিনটোতে নিউয়ৰ্কত বিশ্বৰ প্ৰথম ৰাজহুৱা ৰেডিঅ' সম্প্ৰচাৰ আৰম্ভ হয়।
(২) ১৯১৫ চনৰ আজিৰ দিনটোতে ইটালীত হোৱা এক ভূমিকম্পত ৩০,০০০ৰো অধিক লোক নিহত হৈছিল।
(৩) ১৯৩০ চনৰ আজিৰ দিনটোতে মিকি মাউছ কমিক্চৰ  ষ্ট্ৰিপ প্ৰথম প্ৰকাশ হৈছিল ।
(৪) ১৯৬৬ চনৰ আজিৰ দিনটোতে আমেৰিকাই নৱাদাত এক পাৰমাণৱিক পৰীক্ষা কৰিছিল।
(৫) ১৯৯৫ চনৰ আজিৰ দিনটোতে  বেলাৰুছ  নাটো ২৪তম সদস্য দেশ হিচাপে অন্তভুৰ্ক্ত হয়।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৯৪৮ চনৰ আজিৰ দিনটোতে হিন্দু-মুছলমানৰ একতা বজাই ৰাখিবলৈ মহাত্মা গান্ধীয়ে কলকাতাত আমৰণ অনশন আৰম্ভ কৰিছিল ।





ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৮৮৯ চনৰ আজিৰ দিনটোতে অসমীয়া বাৰ্তালোচনী "জোনাকী"ৰ প্ৰথম সংস্কৰণ প্ৰকাশ হৈছিল ৷


জন্ম : ----

(১) ১৯২৬ চনত আজিৰ দিনটোতে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক শক্তি সামন্তৰ জন্ম হৈছিল।
(২) ১৯৪৯ চনৰ আজিৰ দিনটোতে  ভাৰতৰ প্ৰথম জন মহাকাশচাৰী ৰাকেশ শর্মাৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) 





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১৩ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post