ইতিহাসত আজিৰ দিনটো ২৬ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ২৬ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ভাৰতৰ গণতন্ত্ৰ দিৱস ৷
(২) আন্তৰ্জাতিক সীমা শুল্ক দিৱস৷
(৩) অষ্ট্ৰেলিয়া দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৬৬ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে  ইংলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ৷
(২) ১৭৮৮ চনৰ আজিৰ দিনটোতে  অষ্ট্ৰেলিয়া ব্ৰিটেইনৰ উপনিবেশ হৈছিল ।
(৩) ১৮৩৭ চনৰ আজিৰ দিনটোতে  মিচিগান আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৬ তম ৰাজ্যৰূপে  পৰিগণিত হৈছিল ।
(৪) ১৮৪১ চনৰ আজিৰ দিনটোতে হংকং  ব্ৰিটিছ দখললৈ গৈছিল।
(৫) ১৯৩১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰিয়া আৰু হাংগেৰিয়ে   শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল।
(৬) ২০০৪ চনৰ আজিৰ দিনটোতে  আফগান ৰাষ্ট্ৰপতি হামিদ কাৰজাই দেশৰ নতুন সংবিধানত স্বাক্ষৰ কৰিছিল।





ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতক এক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ঘোষণা কৰা হয় আৰু ভাৰতৰ সংবিধান কাৰ্যকৰী হয়।
(২) ১৯৫০ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ সাৰনাথত অৱস্থিত অশোক স্তম্ভৰ সিংহক ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে স্বীকৃতি দিয়া হয় ।
(৩) ১৯৫০ চনৰ আজিৰ দিনটোতে  স্বাধীন ভাৰতৰ প্ৰথম আৰু অন্তিম গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী পদত্যাগ কৰে ।
(৪) ১৯৫০ চনৰ আজিৰ দিনটোতে ৰাজেন্দ্ৰ প্ৰসাদ দেশৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ।
(৫) ১৯৭২ চনৰ আজিৰ দিনটোতে  দিল্লীৰ ইণ্ডিয়া গেটত ৰাষ্ট্ৰীয় স্মাৰক অমৰ জোৱান জ্যোতি স্থাপন কৰা হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) 


মৃত্যু : ----

(১) ২০১৫ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত কাৰ্টুননিষ্ট আৰ কে লক্ষ্মণ মৃত্যু হয়। 











বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৬ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post