ইতিহাসত আজিৰ দিনটো ২৮ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৮ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব মহিলা স্বাস্থ্য কৰ্ম দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৫৯ চনৰ আজিৰ দিনটোতে  আমেৰিকাই দুটা  বান্দৰক মহাকাশলৈ সফলভাৱে প্ৰেৰণ কৰে  ৷
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে পাকিস্তানে পাঁচটা ভূভাগত পাৰমাণৱিক পৰীক্ষা চলাই ।
(৩) ২০০২ চনৰ আজিৰ দিনটোতে  নেপালত পুনৰ জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হয়।
(৪) ২০০৮ চনৰ আজিৰ দিনটোতে নেপালত চলি অহা  ২৪০ বছৰ পুৰণি ৰাজতন্ত্ৰৰ সমাপ্তি হয় ।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৬ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পদত্যাগ কৰে। 
(২) ২০০০ চনৰ আজিৰ দিনটোতে  চীনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক দৃঢ় কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন ছয় দিনীয়া ভ্ৰমণসূচীৰে বেইজিংত উপস্থিত হয়।
২০০৮ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এলাহাবাদ উচ্চ ন্যায়ালয়ত কৰ্মৰত পাঁচজন ন্যায়াধীশক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৮৩ চনৰ আজিৰ দিনটোতে হিন্দুত্ববাদী নেতা আৰু কবি বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্ম হৈছিল ।
(২) ১৯০৮ চনৰ আজিৰ দিনটোতে ডিটেকটিভ উপন্যাস জেমছ বণ্ডৰ লেখক ইয়ান ফ্লেমিংৰ জন্ম হৈছিল ।



মৃত্যু : ----

(১) 



বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৮ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post