ইতিহাসত আজিৰ দিনটো ২৭ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৭ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮০৫ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাপাৰ্ট ইটালীৰ সম্ৰাটৰূপে অধিষ্ঠিত হৈছিল। 
(২) ১৯২১ চনৰ আজিৰ দিনটোতে  আফগানিস্তানে  ৮৪ বছৰ ব্ৰিটেইনৰ নিয়ন্ত্ৰণৰ থকাৰ পিছত মুক্ত হয়  ।
(৩) ১৯৯১ চনৰ আজিৰ দিনটোতে  অষ্ট্ৰিয়াত বোয়িং বিমান বিস্ফোৰণত  ২২৩ জন নিহত হয়। 
(৪) ২০০৬ চনৰ আজিৰ দিনটোতে  ইণ্ডোনেছিয়াত হোৱা প্ৰচণ্ড ভূমিকম্পত ৬,৬০০ জন নিহত হয় ৷



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৪৮ চনৰ আজিৰ দিনটোতে  মহাত্মা গান্ধীৰ হত্যাৰ বিচাৰ আৰম্ভ হয়। 
(২) ১৯৫৭ চনৰ আজিৰ দিনটোতে  কপিৰাইট বিধেয়ক গৃহীতহয় আৰু  ইয়াক ১৯৫৮ চনৰ ২১ জানুৱাৰীত ইয়াক  কাৰ্যকৰী কৰা হৈছিল।
(৩) ২০১০ চনৰ আজিৰ দিনটোতে ভাৰতে উৰিষ্যাৰ চান্দিপুৰৰ বালাচোৰ জিলাত পাৰমাণৱিক শক্তিসম্পন্ন  ধনুষ আৰু পৃথ্বী ২ টা মিছাইলৰ সফল পৰীক্ষা কৰে।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন উদ্যোগপতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা নীতিন গাডকাৰীৰ জন্ম হয়।
(২) ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ  অলৰাউণ্ডাৰ ৰবি শাস্ত্ৰীৰ জন্ম হয় ৷


মৃত্যু : ----

(১) ১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী  জৱাহৰলাল নেহৰুৰ মৃত্যু হয়। 




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৭ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post