ইতিহাসত আজিৰ দিনটো ২৬ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৬ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় ধাতু দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯২৬ চনৰ আজিৰ দিনটোতে  লেবাননে তেওলোকক সংবিধান কাৰ্যকৰী কৰে।
(২) ১৯৬৯ চনৰ আজিৰ দিনটোতে এপ’লো ১০ ৰ মহাকাশচাৰীসকল পৃথিৱীলৈ উভতি আহে।
(৩) ১৯৭৩ চনৰ আজিৰ দিনটোতে  বাহৰেইনে তেওলোকৰ সংবিধান কাৰ্যকৰী কৰে।
(৪) ১৯৮৩ চনৰ আজিৰ দিনটোতে জাপানত ৭.৭ ৰিখটাৰ স্কেলত অহা এক  ভূমিকম্পত ১০৪ জন লোকৰ মৃত্যু হয়।
(৫) ১৯৮৭ চনৰ আজিৰ দিনটোতে  শ্ৰীলংকাই জাফনাত তামিল বিদ্ৰোহীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।
(৬) ১৯৯১ চনৰ আজিৰ দিনটোতে  থাইলেণ্ডৰ বেংককৰ ওচৰত হোৱা এক  বিমান দুৰ্ঘটনাত ২২৩ জন লোক নিহত হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে  শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত সৌৰভ গাংগুলী আৰু ৰাহুল দ্ৰাবিড়ে ৩১৮ ৰাণৰ বিশ্ব অভিলেখ গঢ়িছিল।
(২) ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰত আৰু জাৰ্মানীৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছিল।
(৩) ২০১৪ চনৰ আজিৰ দিনটোতে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১৫ তম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯৪৫ চনৰ আজিৰ দিনটোতে  মহাৰাষ্টৰ ১৭তম মুখ্যমন্ত্ৰী  বিলাস ৰাও দেশমুখ জন্ম হয়। 
১৯৪৬ চনৰ আজিৰ দিনটোতে   ভাৰতৰ এগৰাকী মহিলা  সমাজকৰ্মী আৰু  ৰাজনীতিবিদ অৰুণা ৰয় জন্ম হয় ।
১৯৮৩ চনৰ আজিৰ দিনটোতে   বেইজিং অলিম্পিক গেমছত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰা মল্লযোদ্ধা সুশীল কুমাৰৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ হিন্দীসাহিত্যৰ এগৰাকী  বিখ্যাত গল্পকাৰ, গীতিকাৰ, সমালোচক শ্ৰীকান্ত বাৰ্মা মৃত্যু হয়। 





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৬ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post