ইতিহাসত আজিৰ দিনটো ২৫ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৫  মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব থাইৰয়ড দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৯ চনৰ আজিৰ দিনটোতে  জাভাত কেলাট আগ্নেয়গিৰি বিস্ফোৰণ হোৱাৰ ফলত ১৬,০০০ ৰো অধিক লোকৰ মৃত্যু হয়।
(২) ১৯৬১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে মহাকাশ অভিযান  বাবে মিলিয়ন ডলাৰ ঘোষণা কৰে।
(৩) ১৯৬৩ চনৰ আজিৰ দিনটোতে  আফ্ৰিকাৰ ৩২ খন দেশে  একত্ৰিত হৈ  আফ্ৰিকান ইউনিয়ন গঠন কৰে।
(৪) ২০০৩ চনৰ আজিৰ দিনটোতে চিলিয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপ টেনিছ খিতাপ জয় কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৮ চনৰ আজিৰ দিনটোতে ইউৰোপীয় ইউনিয়নৰ সদস্য দেশসমূহে পাৰমাণৱিক পৰীক্ষাৰ বাবে ভাৰতক নিষিদ্ধ নকৰিবলৈ সন্মত হয়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৯৫ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী সমাজ সংস্কাৰক, শিক্ষাবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাসৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ২০০৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী বোলছবি অভিনেতা আৰু ৰাজনীতিবিদ সুনীল দত্তৰ মৃত্যু হয়। 
(২) ২০১২ চনৰ আজিৰ দিনটোতে   ভাৰতৰ এগৰাকী বিখ্যাত কবি আৰু প্ৰবন্ধকাৰ ভগৱত ৰাৱটৰ মৃত্যু হৈছিল ৷
(৩) ২০২০ চনৰ আজিৰ দিনটোতে  ভাৰতৰ এজন বিখ্যাত হকী খেলুৱৈ বলবীৰ সিংৰ মৃত্যু হৈছিল





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৫ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post